অনুপস্হিতি

তুমি নহ'লেও অনুভব কৰোঁ
 হৃদয়ত তোমাৰ উপস্থিতি।
 তুমি নহ'লেও শোনো
তোমাৰ সুৰৰ কোমল প্ৰতিধ্বনি। তুমিয়েই দি গ'লা হদয়ত
 অজুত প্ৰেমৰ ভাষা,
তুমিয়েই দি গ'লা হদয়ত
সৌন্দৰ্য্যময় কল্পনাৰ চেতনা।
 কল্পনাৰেই আৱিস্কাৰ কৰোঁ তোমাক আৰু, তোমাৰ চকুযোৰী।
 মাথো নিৰৱে বয় চকুলো তোমাক কল্পনাৰে আৱিস্কাৰ কৰি।
ভাবো,
তুমি বাৰু আগৰ দৰেই আছানে??
 ✍ অভিলাষ গগৈ।
ফটো:-অভিলাষ বৰুৱা
#Copyright©

Comments

Popular posts from this blog

জোনাক ৰাতিৰ স্মৃতি

প্ৰতাৰণা

স্তব্ধ নিশা