প্ৰেম


প্ৰেম জীৱন্ত অথচ অদৃশ্য
এক সুন্দৰ উপলব্ধি হৃদয়ৰ।
পবিত্ৰ হদয়ত ইয়াৰ জন্ম।
বিশ্বাসেই ইয়াৰ স্থায়িত্ব,
মৰম যাৰ বিকল্প।।
সেয়েহে ই স্বৰ্গীয়।
✍ পম্পি বৰা
ফটো:-দেবাংগ বৰা
# Copyright©

Comments

Popular posts from this blog

জোনাক ৰাতিৰ স্মৃতি

প্ৰতাৰণা

স্তব্ধ নিশা