আহ্বান


মোৰ সপোন শেৱালি বুটলি,
কেতিয়া হবাহি তুমি মোৰ আপোন আলহী।কেতিয়া
আহিবা,কেতিয়া আঁকিবা
তোমাৰ কপালত মোৰ সেন্দুৰীয়া ঠিকনা।
✍ অভিলাষ গগৈ। ফটো:-অভিলাষ বৰুৱা # Copyright©

Comments

Popular posts from this blog

জোনাক ৰাতিৰ স্মৃতি

প্ৰতাৰণা

স্তব্ধ নিশা