যুৱ শক্তি
জাগা জাগা আজি দেশৰ যুৱ শক্তি তোমাৰ শক্তিৰে সঁজাই তোলা আজি জোনাকীৰ দেশ। বিশ্বাস,অহিংসাৰ ভগা সাঁকো জোৰা দি।
হিংসা,জাতিৰ ভেদা-ভেদ পাহৰি শক্তিশালী হোৱা দেহেৰে মনেৰে। বুকুৰ তেজৰে গঢ়া পঁজাবোৰ
সজাঁই তোলা পুনৰ নিজ শক্তিৰে। আৰু যদি তুমি সাহসী হোৱা !
দেশ আৰু জাতিৰ জীৱনটো হৈ পৰিব ৰঙীন।
ৰাতিবোৰ হৈ পৰিব স্নিগ্ধ জোনাক বিলোৱা এখন নিৰ্মল আকাশ। তুমি ধৈৰ্যহীন নহবা যুৱ শক্তি, নহ'লে বিভিষিকাময় হ'ব পাৰে তোমাৰ বাবে জীৱনতকৈও শ্ৰেষ্ঠ। সেয়ে যুৱ শক্তি তুমি সাহসী হোৱা শক্তিশালী হোৱা দেহেৰে মনেৰে। আৰু গঢ়ি তোলা দেশ আৰু সমাজৰ ৰঙীন ভবিষ্যত।।
✍ অভিলাষ গগৈ
ফটো:-অভিলাষ বৰুৱা
#Copyright©

Comments
Post a Comment