শৰৎ


তুমি নাহিলে মোৰ শৰৎ নাহে
কিন্তু শেৱালি সৰে।
মোৰ অনুপস্থিতিত হয়তো
তোমাৰ জোনাক হ'ব
কিন্তু তোমাৰ অনুপস্থিতিত মোৰ আন্ধাৰ হ'ব।
মোৰ হদয় চিৰকাল তোমাৰ সতে
তথাপি কিয় মোৰ চকুলো বৰসে।
✍ অভিলাষ গগৈ।
ফটো:-অভিলাষ বৰুৱা
# Copyright©

Comments

Popular posts from this blog

জোনাক ৰাতিৰ স্মৃতি

প্ৰতাৰণা

স্তব্ধ নিশা