সপোন


সপোনৰ বাটেদি আহিবা এবাৰ
                      মাথোঁ এবাৰ,
আঁউসীৰ মোৰ হদয়ৰ মাজত      এবাৰ আহি মাথোঁ
জোনাক সিচি যাবা।
আউসীৰ হৃদয়খন লৈ
আছো কেনেকৈ জীয়াই,
এবাৰ যাবা চাই
কেৱল মোৰ বাবে।।।
 ✍ অভিলাষ গগৈ
ফটো:-অভিলাষ বৰুৱা
#Copyright©

Comments

Popular posts from this blog

জোনাক ৰাতিৰ স্মৃতি

প্ৰতাৰণা

স্তব্ধ নিশা